নষ্ট লৰা জীৱন গাঁথা The life story of a spoiled boy
Saturday 30 March 2024
ফাগুনৰ এজাক আবতৰীয়া বৰষুণে ।
ফাগুনৰ প্ৰথম জাক বৰষণে যেতিয়া শুকান ধুলিয়ৰি পথাৰত আঘাত হানে তেতিয়া এটা সুৱাস বিয়পাই । আপোনালোকে সেই সুৱাস কেতিয়াবা পাইছে নে? আজি বাৰুকৈয়ে মনত পেলাই দিলে সেই চিনাকী সুবাস কণ , এজাক আবতৰীয়া বৰষুণে ।
No comments:
Post a Comment
Newer Post
Older Post
Home
View mobile version
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment