Sunday 6 December 2015

তুমি শৰতৰ..............

শৰতৰ বতাহে আহি কাণে কাণে কৈ যায় । শেৱালী হৈ আহিছা মোৰ পৃথিৱীলৈ । নিয়ৰ হৈ নামিছা মোৰ বুকুলৈ । তোমাক পাই এনে লগিছে যেন হেৰুৱা সকলো সপোন ঘুৰাই পালো । বতাহ বলিলে সাগৰো কঁপে । পলে পলে মনত তোমালৈ । হৃদয়ৰ পৰা ছোরা এবাৰলৈ ���� মইয়ে তোমাৰ প্ৰেম ভাল পোৱা । পৃথিৱীলৈ আহিছা তুমি মোৰ কাৰণে এপাহি শেৱালী হৈ । নিঁয়ৰ হৈ নামিছা মোৰ বুকুলৈ । নিদিবা তলসৰা এতিয়াও পোৱা হবলৈ বহু সময় । শেৱালী পাতত নিঁয়ৰে খেলক আজি মন আকাশত জোনাকী উৰক আজি । Tumi hui gola likhibo nuwaru aru . I Need You . I Want You . Love You . Good Night

No comments:

Post a Comment