নষ্ট লৰা জীৱন গাঁথা The life story of a spoiled boy
Sunday, 26 April 2020
নিঃকিন হৃদয়ৰ মৃত ব্যথা
নিঃকিন হৃদয়ৰ মৃত ব্যথা
তুমিতো নোহোৱা মোৰ কোনোকালে
তথাপিও তোমাৰ অপেক্ষাত ৰৈ থাকিম
হৃদয় কাৰাগাৰত বন্দী কৰি থ’ম তোমাক
জন্ম জন্মান্তৰলৈ ।
Tuesday, 21 April 2020
kazironga eka beka bat
https://www.youtube.com/watch?v=q8c1vDwt6z4
এটা প্ৰেমৰ আবেলি সোণোৱালী।
এটা প্ৰেমৰ আবেলি সোণোৱালী । ফেৰীঘাটত ৰৈ আছো তোমাৰ অপেক্ষাত । তুমি দেখোন নাহিলা । কি বা বেয়া পালা নাজানো ।
আকাশ ৰাঙলী কৰি অহা ফাগুন
আকাশ ৰাঙলী কৰি অহা ফাগুন তুমি গ’লাগৈ ।
লগতে লৈ গ'লা ৰিৱ ৰিৱ পছোৱা জাক ।
মাথো এৰি গ'লা ধুলিয়ৰি বতাহ ।
তুমি অহা বুলি সাক্ষী কৰি গ'লা
নঙঠা শিমলুজোপা ।
এতিয়া ছাগৈ অৰণ্যত সিচঁৰিত হৈ পৰিছে
শুকান পাত ।
Sunday, 19 April 2020
Bihu subhesha
Newer Posts
Older Posts
Home
Subscribe to:
Posts (Atom)