Sunday 6 December 2015

মোৰ অনুভৱ

জানা মোৰ প্ৰিয়া আজি প্ৰতি পলতে মোৰ অনুভৱ হৈছে । প্ৰেম ভাল পোৱা এক মিঠা বেদনা । কঠিন শিলত নিপুন শিল্পীয়ে খুদিত কৰা আখৰ দৰেই । হাজাৰ বতাহ ধুমুহা বৰষুণে ও মচিৱ নোৱাৰে । মাত্ৰ সামান্য ক্ষীয়তি কৰে । প্ৰেম আৰু বেদনাৰ মাজত মাত্ৰ প্ৰতিশ্ৰুতি থাকে দুয়ো দুয়ো লগত থকা । বৰষুণ দিলে একে লগে তিতা , ধুমুহা আহিলে হাতে হাত ধৰি থকা উৰে জীৱন ।

No comments:

Post a Comment